About our school

শিশু নিকেতন, ডিগবৈ

The man who does not read books has no advantage over the one who cannot read them

ক) পৰিচয়ঃ

“শিশু নিকেতন”, ডিগবৈ শিশু কল্যাণ পৰিষদৰ দ্বাৰা পৰিচালিত এখনি প্ৰাক্ প্ৰাথমিক সহ উচ্চতৰ মাধ্যমিক শিক্ষাৰ প্ৰতিষ্ঠান । এই বিদ্যালয়খনিৰ পৰিচালনাৰ সকলো দায়িত্ব অৰ্পিত হৈছে এখন সু-নিৰ্বাচিত সমিতিৰ ওপৰত। এই বিদ্যালয়ৰ শিক্ষা দানৰ মাধ্যম অসমীয়া। সেয়ে হ’লেও প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰে পৰা ইংৰাজী ভাষাৰ শিক্ষা দানৰ ব্যৱস্থাও ইয়াত ৰখা হৈছে। বিদ্যালয়ৰ প্ৰাক প্ৰাথমিক শ্ৰেণী কেইটাৰ শিক্ষা দান হ’ব “মেডাম্ মন্টেচৰী” পদ্ধতিৰে। অন্যান্য শ্ৰেণীসমূহত আধুনিক উন্নত পদ্ধতিৰে পাঠদান কৰা হ’য়।

      উচ্চতৰ মাধ্যমিক শ্ৰেণীত শিক্ষাদানৰ মাধ্যম ইংৰাজী আৰু অসমীয়া।

খ) উদ্দেশ্যঃ

গ) মূল বৈশিষ্ট্যঃ

ঘ) বিদ্যালয়ৰ ভৰ্তিকৰণঃ

ঙ) বিদ্যালয় ত্যাগঃ

চ) পৰীক্ষা আৰু প্ৰমোচনঃ

HIGHER SECONDARY CLASS